বিনিয়োগবিনিয়োগকাৰী

বিনিয়োগ কৰ্ (Assamese) [ Roman: bi.niyo`g]
1. (Verb-Trans.) to place somebody on a official position. কোনো ব্যক্তিক আনুষ্ঠানিক পদবীত সংস্থাপিত কৰা।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-10
2. Business-Commerce-Economics(Verb-Trans.) to put (money) to use, by purchase or expenditure, in something offering potential profitable returns, as interest, income, or appreciation in value সূত, উপাৰ্জন অথবা মূল্যবৃদ্ধিৰ জৰিয়তে ভৱিষ্যতে লাভ অৰ্জন কৰাৰ উদ্দেশ্যে ক্ৰয় অথবা খৰচ কৰি (ধনৰ) ব্যৱহাৰ কৰা